অর্থ : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
উদাহরণ :
কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
সমার্থক : অংগচ্ছেদ, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
অর্থ : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
উদাহরণ :
শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
সমার্থক : অংগচ্ছেদ