পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দণ্ড শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দণ্ড   বিশেষ্য

অর্থ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ

উদাহরণ : আইতাই লাখুটি লৈ খোজকাঢ়ি আছে

সমার্থক : লাখুটি

অর্থ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ

উদাহরণ : শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল

সমার্থক : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড

অর্থ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

উদাহরণ : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

সমার্থক : বাড়ি, বাৰি, মাৰি, লাঠী

অর্থ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়

উদাহরণ : আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে

অর্থ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়

উদাহরণ : কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে

সমার্থক : কুমাৰৰ দণ্ড

অর্থ : অপৰাধী বা দোষীৰ দোষমুক্তিৰ বাবে আইনমতে লোৱা ধন:ৰাজহুৱা স্থানত ধূম-পান কৰা বাবে তেওঁক পাঁচশ টকা জৰিমনা ভৰালে

উদাহরণ :

সমার্থক : অর্থদণ্ড, জৰিমনা

অর্থ : মোটা আকাৰৰ ডাঙৰ মাৰি

উদাহরণ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

সমার্থক : বাৰি, লাঠি